শিৱসাগৰঃ শিৱসাগৰৰ হালোৱাটিঙৰ বৰচিলা চাহ বাগিচাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

হালোৱাটিং বন বিভাগে পিঞ্জৰাবদ্ধ কৰে নাহৰফুটুকীটো।

তিনিমাহ ধৰি সন্ত্ৰাস চলাই আছিল বাঘটোৱে।

কিছুদিন পূৰ্বে বাঘটোৰ আক্ৰমণত আহত হৈছিল অনু ঘটোৱাৰ নামৰ এগৰাকী মহিলা।

অৱশেষত বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসী ৰাইজে।

লগতে পঢ়কঃ৭ জুনত ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply