শিৱসাগৰঃ শিৱসাগৰৰ নামতি ৰজাবাৰীত নাহৰফুটুকী পিঞ্জৰাবদ্ধ।

দীৰ্ঘদিন ধৰি নামতিকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত কেইবাটাও নাহৰফুটুকীয়ে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

অৱশেষত বনবিভাগৰ সহযোগত স্থানীয় ৰাইজে পতা পিঞ্জৰাত পুৱতি নিশা আবদ্ধ হয় এটা নাহৰফুটুকী।

আৰু পঢ়কঃযোগান মন্ত্ৰী অথবা যোগান বিভাগক কেৰেপ নকৰে পাইকাৰী ব্যৱসায়ীয়ে

নাহৰফুটুকীটো চাবৰ বাবে বহু লোকৰ সমাগম হয় অঞ্চলটোত।

পূৰ্বেও বহুকেইটা বাঘ পিঞ্জৰাবদ্ধ হৈছিল অঞ্চলটোত। স্থানীয় লোকে বনবিভাগক আৰু কেইটামান পিঞ্জৰা যোগান ধৰিবলৈ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply