মানকাচৰঃ মানকাচৰৰ সুখচৰ বেৰাভঙাত লোমহৰ্ষক হত্যা কাণ্ড।

দুই ভাতৃ-ভগ্নীক ডিঙি ৰেপি হত্যা দুৰ্বৃত্তই। হত্যা কৰি মৃতদেহ দুটা ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰে পেলাই থয়।

মৃত দুই ভাতৃ-ভগ্নীৰ নাম নাজমুল কৰিম আৰু উম্মে কুলসুম।

এই ঘটনাত উত্তপ্ত হৈ পৰে অঞ্চলবাসী।

আৰু পঢ়কঃশিৱসাগৰত মৃত গৰুসহ মাৰুটি আৰ্টিগা এৰি চুৰৰ পলায়ন

এই হত্যাকাণ্ড আলিউল ইছলাম আৰু ছাইদুল নামৰ যুৱক দুজনে সংঘটিত কৰাৰ অভিযোগ।

দুই অভিযুক্তৰ ঘৰত ৰাইজে অগ্নি সংযোগ কৰাৰ লগতে জ্বলাই দিয়ে এখন মটৰ চাইকেল

ঘটনাস্থলীত সুখচৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূণ্য় নলৈ গুলীচালনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply