শিৱসাগৰঃ শিৱসাগৰ জিলাৰ পানবেছাৰ গড়কোষৰ এটা পৰিয়াললৈ নামি আহিছে অমানিশা।

চুৰেণ দাস আৰু সৰুমাই দাসৰ পুত্ৰ মদন দাসে বিগত ডেৰ বছৰে জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিবলগীয়া হৈছে ।

আনৰ সহায় নোহোৱাকৈ খোজ কাঢ়িবলৈও সক্ষম নহয় যুৱকজন । দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলোৱা পিতৃয়ে পুত্ৰৰ চিকিৎসাৰ বাবদ ইতিমধ্যে ঘৰৰ সকলো মাটি বন্ধকত দিলে ।

সেয়ে বৰ্তমান উপায়হীন হৈ পৰা পুত্ৰৰ উন্নত চিকিৎসাৰ বাবে সহায় কৰিবলৈ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ প্ৰতি কাতৰ আহ্বান জনাইছে পিতৃ- মাতৃয়ে।

আৰু পঢ়কঃশোণিতপুৰৰ বালিপৰাত যুৱতীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত যুৱক আটক

কোনো সদাশয় লোকে সহায়ৰ হাত আগবঢ়াব বিচাৰিলে ৯৩৯৪৪৫২৪২৭ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। লগতে কোনোৱে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে

INDIAN BANK , sivasagar

Account number —
6501499289

IFSC CODE — IDIB000S048

Cif : 3241140781
এই একাউণ্টত অৰিহণা আগবঢ়াব পাৰিব বুলিও আহ্বান জনাইছে দিক্ বিদিক্ হেৰুৱাই পেলোৱা পৰিয়ালটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply