সোণাৰিৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰক্ষী-বন বিভাগৰ যুটীয়া অভিযান।
মাৰণাস্ত্ৰসহ ছয়জন চোৰাং কাঠ সৰবৰাহকাৰী আটক।
দুখন বাহন আৰু হাবিৰ মাজৰপৰা কাঠ সৰবৰাহত ব্যৱহৃত এহাল মহ জব্দ।
বৃহৎ সংখ্যক কাঠৰ কুণ্ডা উদ্ধাৰ।
চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী আৰু অবিভক্ত শিৱসাগৰ জিলাৰ বন বিষয়া দেৱেন চন্দ্ৰ কলিতাৰ নেতৃত্বত এই অভিযান।
অসম আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বনৰক্ষীৰ যুটীয়া অভিযান।
দীৰ্ঘদিন ধৰি অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বেদখল কৰাৰ লগতে বধ ধ্বংসৰ কথা তথ্য প্ৰকাশ সংবাদ মাধ্যমত।
ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে বন বিভাগৰ লগতে চৰাইদেউৰ আৰক্ষী প্ৰশাসন।

লগতে পঢ়ক- নিজকে চিকিৎসক বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা ধন লুটিলে সুন্দৰী যুৱতীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply