গুৱাহাটীঃ মহানগৰীৰ ছয়মাইলৰ বিলাসী হোটেলত চুৰি কাণ্ড ৷ পাৰ্টি কৰিবলৈ আহি চুৰি কৰিলে অন্য লোকৰ টকা ৷ দুজনকৈ লোকৰ বেগৰ পৰা চুৰি হ’ল ৫,৫০০ টকা ৷ চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ’ল হোটেলৰ CCTV ত ৷ CCTV ফুটেজ চাই চোৰটোক কৰায়ত্ত কৰিলে আৰক্ষীয়ে। অভিযুক্ত লোকজনৰ নাম অৰুণ ঘোষ বুলি জানিব পৰা গৈছে ৷

পূৰ্বেও অৰুণ ঘোষৰ বিৰুদ্ধে এনে চুৰিৰ অভিযোগ আছে ৷ ভদ্ৰতাৰ মুখা পিন্ধি বিলাসী হোটেলত পূৰ্বেও এনে কাণ্ড কৰিছিল ঘোষে ৷ ছয়মাইলৰ হোটেল আৰিয়ান আতিথ্যত সংঘটিত হৈছে এই ঘটনা ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply