নিউজ ডেস্কঃ অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাবে স্কীল টেষ্টৰ তাৰিখ ঘোষণা।  লিখিত পৰীক্ষাত উত্তীৰ্ণ সকল অৱতীৰ্ণ হ’ব লাগিব এই পৰীক্ষাত।

২১ ডিচেম্বৰত তৃতীয় বৰ্গৰ স্কীল টেষ্ট অনুষ্ঠিত হ’ব। যোৱা ২৮ আগষ্টত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা।

তৃতীয় বৰ্গৰ পৰীক্ষাত প্ৰায় ৯ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। আৰু ৬ নবেম্বৰত ঘোষণা কৰা হৈছিল এই লিখিত পৰীক্ষাৰ ফলাফল। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply