কামপুৰঃ কামপুৰ ডুবিঘাটত চাঞ্চল্যকৰ ঘটনা ৷ নিচাজাতীয় দ্ৰব্য খাবলৈ টকা নিদিয়াৰ বাবে পিতৃ-মাতৃক মাৰধৰ পাষান পুত্ৰৰ।

বিচৰা টকা নিদিয়াৰ বাবে পিতৃ-মাতৃক চুৰিৰে হানি খুচি গুৰুতৰ ভাৱে আহত কৰিলে নিচাসক্ত পুত্ৰই ৷

লগতে পঢ়কঃপ্ৰিয়ংকা গান্ধীক বিনা চৰ্তত মুক্তিৰ দাবীত দক্ষিণ শালমাৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

অভিযুক্ত পুত্ৰ নুৰ উদ্দিনক ৰাইজে ধৰি হাত ভৰি বান্ধি উত্তম মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে ৷

আহত পিতৃ -মাতৃক চিকিৎসাৰ ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply