সোণাৰিঃ সোণাৰিৰ নাগালেণ্ড সীমান্তৰ নামতোলাত মাৰণাস্ত্ৰসহ নগা যুৱক আটক।
ধৃত যুৱকজনৰপৰা .২২ পিষ্টল আৰু পাচঁ ৰাউণ্ড সজীৱ গুলী উদ্ধাৰ ।
লগতে পঢ়কঃগোৰেশ্বৰত সংযুক্ত কৃষক মৰ্চাৰ দ্বাৰা আহ্বান কৰা “ভাৰত বন্ধ”ৰ সৰ্বাত্মক প্ৰভাৱ
সেনা আৰু নামতোলা আৰক্ষীৰ যুটিয়া অভিযানত আটক নগা যুৱকজন। নামতোলাৰ লাহদৈগড় অঞ্চলত কোনো লোকক বিক্ৰী কৰিবলৈ অহা অৱস্থাত মাৰণাস্ত্ৰ সহ ধৰা পৰে যুৱকজন।
আটকাধীন যুৱকজনৰ নাম মানকাপ কন্যাক । যুৱকজনৰ ঘৰ নাগালেণ্ডৰ মন জিলাৰ টিজিতত বুলি জানিব পৰা গৈছে।