সোণাৰিঃ উজনি অসমত একাংশ যুৱক আলফা স্বাধীনত যোগদানৰ প্ৰতি আৰ্কষিত হৈছে ৷
এইবাৰ সোণাৰিত আলফা স্বাধীনত যোগ দিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ২ যুৱক।
আটকাধীন যুৱকদুজন বৰডুমচাৰ বিপ্লৱ মৰাণ আৰু গৌৰীসাগৰৰ ৰাজেশ গগৈ।
লগতে পঢ়কঃবৰপেটাত এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত দুজন লোক
সোণাৰিৰ ৰাজস্থান হোটেলৰ পৰা আটক কৰা হয় এজন যুৱকক আৰু আনজন যুৱকক আটক কৰিছে আছাম ৰাইফলছে।
সম্প্ৰতি যুৱকদ্বয়ক জেৰা অব্যাহত ৰাখিছে সোণাৰি আৰক্ষীয়ে।