সোণাৰিঃ চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বিশাল সভাত মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আজি চৰাইদেউ জিলাৰ ৪,৪৭৪ গৰাকী হিতাধিকাৰীক চেক প্ৰদান কৰে ৷

আজিৰ অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন আৰু বিমল বৰাৰ উপস্থিতিত বিতৰণ কৰে মাইক্ৰ’ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ চেক।

লগতে পঢ়কঃআৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক ৰাজহুৱা বিদায় সম্বৰ্ধনা

আজি বিতৰণ কৰিবলগীয়া ধনৰ পৰিমাণ হৈছে ৮,৭৮,৪১,৭২৬টকা।

আনহাতে পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ “গান এটি গোৱানা মা” শীৰ্ষক গীতে নিস্তব্ধ কৰি তোলে সভাস্থলী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,782 other subscribers

Leave a comment

Leave a Reply