সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰী অঞ্চলৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃহত পুৱতি নিশা কোনো অচিনাকি দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত যুৱ ব্যৱসায়ীজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যায়।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত এখন বলেৰ’ পিক আপ গাড়ী জ্বলি যোৱাৰ লগতে ঘৰৰ সম্পূৰ্ণ সামগ্ৰী নিমিষতে জ্বলি যায়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪০ লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় বুলি অনুমান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply