সোণাৰিঃ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলা বজাৰৰ মাজ মজিয়াত অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা ধৰমেন্দ্ৰ পাছোৱান নামৰ ব্যৱসায়ীজনৰ মটৰ বাইক ৰিপেয়াৰিং চেন্টাৰটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

লগতে পঢ়কঃবোকাখাতত চিকিৎসালয় পৰিচালনা সমিতি, মহকুমা ভূমি পৰামৰ্শদান সমিতিৰে মন্ত্ৰী অতুল বৰাৰ গুৰুত্বপূৰ্ণ বৈঠক

ফলত জুইত জাহ যায় মেৰামতি কৰিবলৈ দিয়া চাৰিখনকৈ মটৰ চাইকেল।

দোকানখনৰ লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply