সোণাৰিঃ সোণাৰিৰ অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত বৃহৎপৰিমাণৰ গাঞ্জাসহ এজনক আটক।

আটকাধীন লোক জনৰ নাম ৰোহিত তাঁতী। বুধবাৰে আবেলি আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত আটক গাঞ্জা ব্যৱসায়ীজন।

উল্লেখ্য যে, অসম- নাগালেণ্ড সীমান্তৰ নামতোলাত দীৰ্ঘদিন ধৰি চলি আহিছে অবৈধ কাৰ্যকলাপ।

আৰক্ষী আৰু চিআৰপিএফৰ অভিযানকাৰী দলটোৱে লোকজনৰ পৰা প্ৰায় ৮ কিলো. ৬০০ গ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰে ।

আৰু পঢ়কঃড্ৰাগছ মুক্ত আৰু গৰুৰ চোৰাং বেহা মুক্ত অসম গঢ়াৰ বাবে আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply