সোণাৰিঃ সোণাৰিৰ সাপেখাতীত পুনৰ পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী ৷

দীৰ্ঘদিন ধৰি অঞ্চলজুৰি সন্ত্ৰাস চলাই আহিছিল নাহৰফুটুকী টোৱে।

গৰু -ছাগলীৰ লগতে মানুহৰ ওপৰত আক্ৰমণ চলাই সৃষ্টি কৰিছিল সন্ত্ৰাস ৷

আৰু পঢ়কঃমাজুলীত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান! আটক গাঞ্জা সৰবৰাহকাৰী

নাহৰফুটুকীৰ মুক্ত বিচৰণত শংকিত হৈ পৰিছিল অঞ্চলবাসী।

বন বিভাগৰ সহযোগত স্থানীয় ৰাইজে সাপেখাতীৰ ঘোৰাঁজান চাহ বাগিচাৰ লক্ষীজানত বৃহস্পতিবাৰে স্থাপন কৰিছিল পিঞ্জৰা।

অৱশেষত নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply