সোণাৰিঃ সোণাৰিৰ মথুৰাপুৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ।

মথুৰাপুৰ দেওধাই গাঁৱৰ বিপুল বৰুৱাৰ গৃহত উদ্ধাৰ বান্দৰটো।


লাজুকী বান্দৰটো গাঁওখনৰ কাষৰীয়া চলা সংৰক্ষিত বনাঞ্চলৰপৰা জনবসতি অঞ্চললৈ ওলাই অহাৰ সন্দেহ কৰিছে স্থানীয় লোকে।


পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে পুনৰ বনাঞ্চলত মুকলি কৰি দিয়ে দুষ্প্ৰাপ্য বান্দৰটো।

লগতে পঢ়কঃUPSC ৰ Civil Services-ত অসমৰ হাছানুজ্জামান চৌধুৰীৰ স্থান লাভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply