শীতৰ আগমনৰ লগে লগে এতিয়া ঘন কুঁৱলীয়ে আৱৰি ধৰিছে চৌদিশ। সমান্তৰালকৈ ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাবলৈ ধৰিছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত গৃহহীন পদপথৰ বাসিন্দাসকলে সন্মুখীন হৈছে যথেষ্ট অসুবিধাৰ। সেয়েহে ঠেঁটুৱৈয়ে ধৰা শীতৰপৰা ৰেহাই পাবলৈ সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী উত্তম চাংমাই পদপথৰ বাসিন্দালৈ আগবঢ়ালে সহায়ৰ হাত।

সোণাৰি নগৰৰ পদপথত বাসকৰা একুৰিৰোধিক লোকক ব্লেংকেট তথা কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়াই সমাজকৰ্মী উত্তম চাংমাই। মানৱদৰদী উত্তম চাংমাইৰ এই পদক্ষেপ এতিয়া প্ৰশংসনীয় বিবেচিত হৈছে।

লগতে পঢ়ক-ৰাজ্যত পুনৰ আৰম্ভ হৈছে ‘কা’ বিৰোধী প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply