সোণাৰিঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে ৰাজ্যজুৰি অব্যাহত থকা সেৱা আৰু সমৰ্পন অভিযানৰ অংশ হিচাপে আজি সোণাৰিৰ চৰাইদেউ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।

সোণাৰিৰ ৰজাপুখুৰীস্থিত অসামৰিক চিকিৎসালয় খন পৰিদৰ্শন কৰি বিধায়গৰাকীয়ে চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লয়।

লগতে পঢ়কঃচৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ কাৰ্যসূচী

আনহাতে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰণীতা পাংগিঙৰ লগতে জিলা বিজেপিৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি ৰোগীসকলক ফলমূল তথা পুষ্টিকৰ খাদ্য প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply