সোণাৰিঃ সোণাৰিত আছুৰ প্ৰতিবাদ। পেট্ৰ’লজাত সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী।
মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই।
লগতে পঢ়কঃবৃহস্পতিবাৰে ৰাজ্যত ১৭ জন লোকৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু
সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সোণাৰিত সাব্যস্ত হ’ল এই প্ৰতিবাদ।
আনহাতে চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ আহ্বানত সোণাৰিৰ নাফুকত চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে বিক্ষোভ কাৰ্যসূচী।
ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।