সোণাৰিঃ সোণাৰিত টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

টাই আহোম সকলক জনজাতি কৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীত উত্তাল সোণাৰি।

টাই আহোম যুৱ পৰিষদ অসমৰ আহ্বানত ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

লগতে পঢ়কঃ INDIA BOOK of RECORDS ত নাম সন্নিবিষ্ট কৰি গৌৰৱ কঢ়িয়াই আনিছে খুমটাইৰ এগৰাকী যুৱতীয়ে

সোণাৰি লাচিত উদ্যানৰ সন্মুখত অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে সংগঠনটোৱে।

টাই আহোম সকলক ভৈয়াম জনজাতি মৰ্যদা প্ৰদান কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ দাবী সংগঠনটোৰ।

এই প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি তথা টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ভৃগু হাটিমূৰীয়াৰো অংশগ্ৰহণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply