সোণাৰিঃ জনজাতিকৰণ প্ৰসংগত পুনৰ উত্তাল সোণাৰি।
সোণাৰি- নামতোলা তিনি আলিত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী।
লগতে পঢ়কঃমাটিফাটা বজাৰৰ অৰ্ধ শতাধিক দোকান জাহ গল ব্ৰহ্মপুত্ৰৰ বুকুত
টাই আহোমক জনজাতিকৰণ কৰাৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জনজাতি পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ টাই আহোম যুৱ পৰিষদৰ।
No ST No Rest আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত টাইপাৰ।