সোণাৰিঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোণাৰিত টাইপাৰ প্ৰতিবাদ। সোণাৰিৰ সাপেখাতিত অসম চৰকাৰৰ বিৰুদ্ধে যোগান বিভাগৰ শ্মশান যাত্ৰা।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে যোগান বিভাগৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।
লগতে পঢ়কঃমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী গণেশ কছাৰীৰ ক্ষোভ

যোগান বিভাগৰ প্ৰতীকি শ লৈ যাত্ৰা কৰি সাপেখাতিৰ টিমন নৈত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰে টাইপাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply