সোণাৰিঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ AJYCP। সোণাৰিত AJYCPৰ বিক্ষোভ কাৰ্যসূচী।
খাদ্য সামগ্ৰী, ইন্ধনজাত সামগ্ৰীকে ধৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত সংগঠনটোৰ চৰাইদেউ জিলা সমিতিয়ে সাব্যস্ত কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী।
লগতে পঢ়কঃস্বাধীনতাৰ ৭৫ বছৰ পিছত গড়ভাঙ্গাই পাব উচ্চ শিক্ষাৰ পোহৰ