সোণাৰিঃ সোণাৰিৰ ছাত্ৰ ছেংগিজ হাছানৰ সাফল্য। ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিলে সোণাৰিৰ পাৰ্বতীপুৰৰ যুৱক ছেংগিজ হাচানে।


এটা কণীৰ খোলাত এক ঘণ্টা চল্লিছ মিনিট আঠ ছেকেণ্ডত ৰাষ্ট্ৰ সংঘৰ ১৩৮ খন সদস্য দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ল।

আৰু পঢ়কঃপূৰ্বৰ সিদ্ধান্ত বাতিল : নতুন সিদ্ধান্ত মতে সকলোতে প্ৰযোজ্য হ’ব ফলাফল

ডিব্ৰুগড়ত এল এল বি বিভাগত অধ্যয়নৰত ছেংগিজ হাচানৰ এই সাফল্যই সমগ্ৰ চৰাইদেউলৈ গৌৰৱ কঢ়িয়াই আনিছে।

শেহতীয়াকৈ ছেংগিজ হাচানক এছিয়া বুক অৱ ৰেকৰ্ডেও স্বীকৃতি প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply