শোণিতপুৰ জিলাৰ বালিপৰাত আজি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয়। বালিপৰাৰ বামগাওঁ চাহ বাগিছাত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।চাহ বাগিছাখনৰ ঘোড়ামাৰী লাইনত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা।

দেওঁৰেকৰ হাতত প্ৰান গ’ল বৌৱেকৰ।দেওঁৰেক যোগেন চাওঁতালৰ হাতত প্ৰান গ’ল বৌৱেক নিকিত‍া চাওঁতালৰ।বাগিচাখনৰে এজন যুবকৰ সৈতে মহিলাগৰাকীৰ অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা।

ঘটনা সন্দৰ্ভত দেওঁৰেক যোগেন চাওঁতালক আটক চাৰিদুৱাৰ আৰক্ষীয়ে। নিশা ঘটনা সংঘটিত কৰি দিনৰ ভাগত যোগেন চাওঁতালে নিজেই আহি থানাত আহি হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply