শোণিতপুৰঃ শোণিতপুৰত বাইক ষ্টান্ট কৰা যুৱকৰ অতপালি।

তীব্ৰবেগী বাইক আৰোহীয়ে মহতিয়াই নিলে পথাচাৰীক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ মহিলা।

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।

আহত মহিলাদুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়কঃঅচিনাক্ত বাহনৰ খুন্দাত থিততে নিহত দুই বাইক আৰোহী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,330 other subscribers

Leave a comment

Leave a Reply Cancel reply