শোণিতপুৰঃ শোণিতপুৰত বাইক ষ্টান্ট কৰা যুৱকৰ অতপালি।
তীব্ৰবেগী বাইক আৰোহীয়ে মহতিয়াই নিলে পথাচাৰীক।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ মহিলা।
চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।
আহত মহিলাদুগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।