শোণিতপুৰঃ শোণিতপুৰ আৰক্ষীয়ে অভিযান চলাই নকল সোণসহ আটক কৰে এজন ব্যৱসায়ী।
আটকাধীন ব্যৱসায়ীজন তেজপুৰৰ কুৰকানিৰ হাজেৰ আলী।
আৰক্ষীয়ে হাজেৰ আলীৰ পৰা জব্দ কৰে চাৰি টুকুৰা নকল সোণ।
বৰঘাট আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত আৰক্ষীৰ এক অভিযানত আটক ব্যৱসায়ীজন।