জামুগুৰিহাটঃ শোণিতপুৰৰ খনামুখত প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ।

দেওবাৰে খনামুখৰ ১ নং মিৰিপথাৰত এডাল অজগৰ সাপ ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ৰাইজে ।

লগে লগে প্ৰকৃতিপ্ৰেমী ৰাইজে নিজা প্ৰচেষ্টাৰে সাপডালক উদ্ধাৰ কৰি স্থানীয় বন বিভাগৰ লোকক খবৰ দিয়ে ।

বনকৰ্মী উপস্থিত হৈ অজগৰডাল উদ্ধাৰ কৰি বালিপৰা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ।

লগতে পঢ়কঃধেমাজি দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply