তেজপুৰঃ শোণিতপুৰ জিলাৰ মিছামাৰী আৰক্ষীৰ বৃহৎ সাফল্য । দুটা পৃথক পৃথক অভিযান চলাই আৰক্ষীয়ে  জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ আৰু ভাং। 

মিছামাৰি আৰক্ষী চকীৰ অন্তৰ্গত  কলাকুচিৰ পৰা এ এচ ১২ই ৭৯৮০  নম্বৰৰ এখন বলেৰ পিকআপ ভানৰ পৰা মূল্যৱান ১১০ টুকুৰা কিউবিক জব্দ কৰিবলৈ সক্ষম হয় ।

একেদৰে কলাকুচি অঞ্চলৰ নিতাই ঘোষ নামৰ এজন ব্যক্তিৰ ঘৰত অভিযান চলাই  বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। 

আৰক্ষীয়ে ১৮৭০ গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে  নিতাই ঘোষ আৰু তাপস ঘোষক  আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়কঃবক্রপথেৰে নিযুক্তি লাভ কৰা ৪০গৰাকীকৈ কৰ্মচাৰীক বৰ্খাস্ত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply