জামুগুৰিহাটঃ চুলাই মদৰ বিৰুদ্ধে চতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান।

অঞ্চলটোৰ হাবিদলনিত আৰক্ষীয়ে অভিযান চলাই নষ্ট কৰিছে দুহেজাৰ লিটাৰৰো অধিক চুলাই মদ।

লগতে পঢ়কঃটীয়কত ভূমি সংৰক্ষণ বিভাগৰ সফল প্ৰকল্প

বিশ্বনাথ জিলাৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া, চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ লগতে ইটাখোলা উপ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এই বৃহৎ অভিযানৰ সময়ত আৰক্ষীয়ে হাজাৰ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰে।

আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে চলোৱা এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰিছে সচেতন ৰাইজে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply