জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত চোৰাং ডিজেল জব্দ। প্ৰায় ১৫২০ লিটাৰ অবৈধ ডিজেল জব্দ কৰিলে ইটাখোলা উপ আৰক্ষী চকীৰ এটা টহলদাৰী দলে ।

জামুগুৰিহাটৰ পৰা ইটাখোলা অভিমুখে আহি থকা এখন এছ ১২ বি চি ১৯৫৭ নম্বৰৰ বলেৰ’পিক আপ ভান এখনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং ডিজেল ।

ইতিমধ্যে আৰক্ষীয়ে চোৰাং ডিজেল তেল কঢ়িওৱা বাহন খন জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃঅভয়াপুৰীত অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা বীৰ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply