জামুগুৰিহাটঃ চতিয়াৰ ইটাখোলাত চোৰাং ডিজেল জব্দ। প্ৰায় ১৫২০ লিটাৰ অবৈধ ডিজেল জব্দ কৰিলে ইটাখোলা উপ আৰক্ষী চকীৰ এটা টহলদাৰী দলে ।
জামুগুৰিহাটৰ পৰা ইটাখোলা অভিমুখে আহি থকা এখন এছ ১২ বি চি ১৯৫৭ নম্বৰৰ বলেৰ’পিক আপ ভান এখনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চোৰাং ডিজেল ।
ইতিমধ্যে আৰক্ষীয়ে চোৰাং ডিজেল তেল কঢ়িওৱা বাহন খন জব্দ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়কঃঅভয়াপুৰীত অসম-মিজোৰাম সীমান্তত শ্বহীদ হোৱা বীৰ আৰক্ষী জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন