জামুগুৰিহাট ঃ চতিয়াৰ ইটাখোলাৰ খেৰবাৰী খেলপথাৰ প্ৰাঙ্গনত ঝুমুৰ নৃত্য প্ৰতিযোগিতা।

চাহ জনগোষ্ঠীসকলৰ পবিত্ৰ উৎসৱ কৰম পূজা উপলক্ষে তেজালপট্টি কামাৰ সমাজে অনুষ্ঠিত কৰে এই মুকলি ঝুমুৰ নৃত্যৰ প্ৰতিযোগিতা খনি।

উক্ত প্ৰতিযোগিতাখনিত প্ৰতিবছৰে বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা ঝুমুৰ দল আহি অংশগ্ৰহণ কৰা দেখা যায় যদিও এইবাৰ কোভিডৰ বাবে উদ্যোক্তাসকলে অনুষ্টুপীয়াকৈ হ’লেও নিজৰ পৰম্পৰা ৰক্ষা কৰা দেখা গ’ল ।

লগতে অসম চৰকাৰে চাহ জনগোষ্ঠীসকলৰ পৱিত্ৰ উৎসৱ কৰম পূজাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ বাবে উদ্যোক্তাসকলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।

লগতে পঢ়কঃকিদৰে ৩৫ জন যুৱকে ভৈৰৱকুণ্ডত গঢ়ি তুলিছে এখন অৰণ্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply