যোৰহাটত মোহনলাল মীনাক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
নগাঁৱত লীনা দলেক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
শোণিতপুৰত সুশান্ত বিশ্ব শৰ্মাক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
শিৱসাগৰত শুভ্ৰজ্যোতি বৰাক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
চৰাইদেউৰ আৰক্ষী অধীক্ষক হিচাপে শ্ৰী যুৱৰাজক নিযুক্তি দিয়া হৈছে ।
শদিয়াত পুস্কিন জৈনক আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।
গুৱাহাটী (পূব) ত সুধাকৰ সিঙক আৰক্ষী উপায়ুক্ত পদলৈ বদলি ।
দৰং জিলাৰ আৰক্ষী অধীক্ষক হিচাপে ৰাজমোহন ৰায়ক নিযুক্তি দিয়া হৈছে ।
অসম আৰক্ষীৰ বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ৰ আৰক্ষী অধীক্ষক হিচাপে শিলাদিত্য চেতিয়াক বদলি ।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক ( প্ৰশাসন ) হিচাপে ডঃ ধনঞ্জয় পৰশুৰাম ঘণাৱটক বদলি কৰা হৈছে ।
বিশ্বনাথৰ আৰক্ষী অধীক্ষক হিচাপে নবীন সিঙক নিযুক্ত । নবীন সিং মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত আছিল ।
পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক হিচাপে ইমদাদ আলীক নিযুক্তি দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply