গোসাইগাওঁঃ শ্ৰীৰামপুৰ গেটত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ। শিমলুটাপু আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই এখন ট্ৰাকৰ পৰা জব্দ কৰে ৩.১ কেজি হেৰ’ইন, ৮৫কেজি আফিং। জব্দ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ বজাৰমূল্য প্ৰায় ২০কোটি টকা।

লগতে পঢ়কঃপুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ

নিচাজাতীয় দ্ৰব্যখিনি কঢ়িয়াই অনা ট্ৰাকখনৰ নম্বৰ আৰ জে ১৪ জিডি ৯২১৩। আৰক্ষীয়ে ট্ৰাকচালক মোহন লালক গ্ৰেপ্তাৰ কৰিছে। ট্ৰাকখনৰ তেল ভৰোৱা টেংকিত কৌশেলেৰে ভৰাই আনিছিল ড্ৰাগছখিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply