গুৱাহাটী- লুইতৰ বুকুত সংঘটিত হৈছে অঘটন। উত্তৰ গুৱাহাটীত জাহাজৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে।
জাহাজখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী অভিমুখী আছিল।
আৰু পঢ়কঃ মাজুলী আৰু দলগাঁৱত গঁড়ৰ মুক্ত বিচৰণ
লোকজনৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান চলাইছে এছ ডি আৰ এফে।
কিন্তু বৰ্তমানলৈকে ব্যক্তিজনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই এছ ডি আৰ এফ বাহিনী।
আৰু পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী প্ৰচাৰত নিষেধাজ্ঞা ভাতৃকো আতৰালে আৰক্ষী অধীক্ষকৰ পদবীৰ পৰা