সোণাৰিত আফ্স্পাৰ প্ৰত্যাহাৰৰ দাবীত প্ৰতিবাদ
সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত টাইপাৰ প্ৰতিবাদ।
ক’লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে প্ৰতিবাদ।
সোণাৰিৰ সাপেখাটি চাৰিআলিত এই প্ৰতিবাদ।
টাই আহোম যুৱ পৰিষদ, অসমৰ এই প্ৰতিবাদী কাৰ্যসূচী।

লগতে পঢ়ক- কুকুৰমাৰা গাঁৱত আদৰ্শ গাঁৱৰ কামৰ আধাৰশিলা স্থাপন