নিউজ ডেস্কঃ কোভিডত আক্ৰান্ত হৈ তামোলপুৰ বিধানসভা সমষ্টিৰ ইউপিপিএলৰ বিধায়ক লেহোৰাম বড়োৰ মৃত্যু।

কোভিডত আক্ৰান্ত হোৱাৰ পিছতে ষ্ট্ৰক হৈছিল বিধায়ক গৰাকীৰ।

অৱশেষত চিকিৎসাধীন অৱস্থাতে জিএমচিএইচত মৃত্যু হয় লেহোৰাম বড়োৰ।
আৰু পঢ়কঃশিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান! আটক দুজন

কিছুদিনৰ পূৰ্বে কোৰোনাত আক্ৰান্ত হৈ বি পি এফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে হেৰুৱাইছিল প্ৰাণ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হৈছিল লেহোৰাম বড়ো।

বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply