তামুলপুৰঃ প্রত্যাশীতভাৱে অহা ২৬ জানুৱাৰীত তামুলপুৰ জিলা হিচাপে গণৰাজ্য দিৱস পালন কৰা হ’ব তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত।

নৱগঠিত তামুলপুৰ জিলাৰ উপায়ুক্ত হিচাবে সীমান্ত কুমাৰ দাসক নিযুক্তি দিয়াৰ পিছতেই তামুলপুৰবাসীৰ মাজত বৈছে উচাহৰ ঢল।

লগতে পঢ়কঃগুৱাহাটীত দৃষ্টিহীন ল’ৰাৰ ক্ৰিকেট প্ৰতিযোগিতা

দেওবাৰে নৱগঠিত তামুলপুৰ জিলাৰ প্ৰথমজন উপায়ুক্ত সীমান্ত কুমাৰ দাস আহি তামুলপুৰ উপস্থিত হোৱাৰ লগে লগে উপায়ুক্তজনক তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিভিন্ন জনে আদৰণি জনায়।

পৰৱৰ্তী সময়ত তামুলপুৰ জিলাৰ উপায়ুক্ত জনে তামুলপুৰ জিলাক কেনেদৰে আগুৱাই লৈ যাৱ তাৰ ওপৰত মত পোষণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply