নগাঁও : প্ৰসূতিৰ মৃত্যুকলৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ। আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।

এগৰাকী প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱৰ জি ডি নাৰ্ছিং হ’মত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।চিকিৎসকৰ ভুল চিকিৎসা আৰু অৱহেলাৰ বাবেই প্ৰসূতি গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈছে। মৃত মহিলা গাকীৰ নাম আছমিন খান।

লগতে পঢ়ক  : ৩১ ডিচেম্বৰত সুৰাপান কৰি গাড়ী চলালে চৰকাৰৰ আলহী হ’ব লাগিব

প্ৰসূতি গৰাকীৰ ঘৰ ধিঙৰ তিনি নং বিলতীয়াত। হাজৰিকা উপাধিৰ চিকিৎসক গৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে ভুল চিকিৎসা প্ৰদানৰ অভিযোগ। আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply