টীয়কঃ টীয়কত লাহদৈগড় আৰক্ষীৰ জালত সন্দেহজনক ব্ৰাউন চুগাৰসহ দুই যুৱক আটক।

ৰাইজৰ সহযোগত যুৱকদুজনক হাতেলোটে ধৰিলে আৰক্ষীয়ে।

যুৱক দুজনৰ পকেটত ওলাইছে প্ৰায় ৪ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ।

আটকাধীন যুৱকদ্বয় ক্ৰমে চফিকুল হুছেইন আৰু প্ৰশান্ত হাজৰিকা।

যুৱকদুজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে AS 03N 4126 নম্বৰৰ এখন স্কুটি‌।

লগতে পঢ়কঃসলনি কৰা হ’ল টেট পৰীক্ষাৰ দিন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply