টীয়কঃ টীয়কৰ ভগামুখত পিষ্টলসহ আটক এজন। টীয়ক আৰক্ষী থানা আৰু ভগামুখ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ সহযোগত আৰক্ষীৰ এটি দলে গোপন সূত্ৰৰ পম খেদি এটা পিষ্টলসহ এজন লোকক আটক কৰে।

লগতে পঢ়কঃসোণাৰিত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত পলাতক কয়েদীক আটক

আটকাধীন লোকজন ভগামুখ লাহোৱাল গাঁৱৰ নৱজ্যোতি বৰকাকতি। ব্যক্তিজনক নিজৰ বাসগৃহৰ পৰাই আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে জব্দ কৰে ব্যক্তিজনৰ পৰা জব্দ কৰে এটা ৭.৬২ পিষ্টল সহ সক্ৰিয় গুলী। সম্প্ৰতি আৰক্ষীৰ জিম্মাত লোকজন। নৱজ্যোতি বৰকাকতি পূৰ্বে আলফাৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply