টীয়কঃ টীয়কৰ চিৰাম মিছিং গাঁৱত অঘটন। বুধবাৰে পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু হয় এজন যুৱকৰ। মৃত যুৱক জনৰ নাম দাদুল মৰাং। বিদ্যুৰ খুটাৰ পৰা ছিঙি ওলমি থকা তাঁৰ আঁতৰাবলৈ চেষ্টা কৰোতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

লগতে পঢ়কঃমহানগৰীৰ কাহিলীপাৰাত দেৱাল ভাঙি কাৰ্যালয়ত সোমাল ডাম্পাৰ

বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যুৱকজনক লগে লগে হস্পিতাললৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply