টীয়ক,স্মৃতি প্ৰিয়া লাহনঃ টীয়কৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰা ব্যক্তি নিৰুদ্দেশ। সন্ধানহীন ব্যক্তিজনৰ নাম
ৰাম বাবু ঠাকুৰ।

দেওবাৰে অবধ আছাম ৰেলখনত বিহাৰৰ নিজ ঘৰলৈ যাত্ৰা কৰা ৰামবাবু নামৰ ব্যক্তিজন দেওবাৰৰ বিয়লি ৫বজাৰ পৰা ফোন বন্ধ হৈপৰে।

ৰাম বাবু ঠাকুৰ পেছাত এজন নাপিত আছিল।

কোনোলোকে ব্যক্তিজনৰ সম্ভেদ পালে 6000592662/9085536665 নম্বৰত যোগাযোগ কৰিব বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply