টীয়কঃ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত মুদৈজান চাইবৰ্ড পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নাতি দূৰত থকা তিনিখনকৈ দোকানত নিশা চোৰে চলায় লুটপাত। দোকানৰ তলা বা দৰ্জা ভাঙি চোৰে প্ৰৱেশ নকৰি এইবাৰ ঘৰৰ মূধচৰ টিং কাটি তিনিওখন দোকানৰ পৰা নগদ ধন, লেপটপ, বিভিন্ন সামগ্ৰী লৈ যায়।

লগতে পঢ়কঃচাহ শ্ৰমিকৰ অভিশাপে ক্ষমতাচ্যুত কৰিব বিজেপিক : বদৰুদ্দিন আজমল

সেয়ে এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ। ৰাইজে আৰক্ষী-প্ৰশাসনক এনেবোৰ ঘটনাৰ পৰা ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। ইতিমধ্যে ঘটনাস্থলীত টীয়ক আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Byte:দোকানৰ স্বত্তাধিকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply