তেজপুৰঃ তেজপুৰৰ ৰাজপথত সুৰামত্ত গাড়ী চালকৰ তাণ্ডৱ।

দুৰ্ঘটনাত প্ৰাণ গ’ল প্ৰফুল্ল বৰা নামৰ এজন লোকৰ।

এটা, দুটা নহয় তিনিটাকৈ দুৰ্ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা মাতাল চালকৰ।

অৱশেষত ৰাইজে কৰায়ত্ত কৰি উত্তম মাধ্যম সোধালে চালকক।

লগতে পঢ়কঃনগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ পৰা আচামীৰ পলায়ন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply