নিউজ ডেস্কঃ তেজপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় পথাচাৰীসহ দুজন।

নিহত দুজন মুকতুল হুছেইন(২৮) আৰু  অভিজিত বৰা (২২)।

আৰু পঢ়কঃ গোলাঘাটত দাৰে ঘপিয়াই এজনক হত্যা

এই দুৰ্ঘটনাটো সংঘটিত হয় দোলাবাৰীৰ নেৰিআলমৰ সমীপত।

আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে এজন লোক আহত হয়।

আহত বিতু দাস নামৰ লোকজনক তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোঁৱা হৈছে।

ঘটনা অনুসৰি, বাইকখনে ৰৈ থকা এজন পথাচাৰীক খুন্দিয়াই এটা বৈদ্যুতিক খুটাত খুন্দা মাৰে।

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ এছ ১২ আৰ ৪১৪৩।

আৰু পঢ়কঃ সোণাপুৰৰ লক্ষ্মীবাই ৰাষ্ট্ৰীয় শাৰীৰিক শৈক্ষিক প্ৰতিস্থানৰ ২০ জন ছাত্ৰ কৰোণা পজিটিভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply