তেজপুৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে তেজপুৰত জুৱা -তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।

আৰক্ষীয়ে তেজপুৰ পাঁচমাইলৰ সঞ্জয় দেৱনাথ নামৰ লোকজনৰ দোকানত অভিযান চলাই টিৰ খেলৰ বহী, নগদ ধন আৰু বিভিন্ন জুৱাৰ সামগ্ৰী জব্দ কৰাৰ লগতে সঞ্জয় দেৱনাথকো আটক কৰে।

লগতে পঢ়কঃলখিমপুৰৰ কদমৰ পৰা মহিলা সহ গ্ৰেপ্তাৰ ৬ নকল সোণ ব্যৱসায়ী

বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই অভিযানটো চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply