তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।
৩১ডিচেম্বৰৰ আগতে সুৰাপায়ী চালকৰ লগতে যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে আৰক্ষী।
লগতে পঢ়কঃঅসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জিলা ভিত্তিক ঋণ শিবিৰ
শোণিতপুৰ জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত তেজপুৰ মিছন চাৰিআলিত গধুৰ যানবাহন আৰু ব্যক্তিগত যানবাহনৰ চালকক ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰিলে এলক’হ’লৰ মাত্ৰা।
মদ খাই গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।