তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান।

৩১ডিচেম্বৰৰ আগতে সুৰাপায়ী চালকৰ লগতে যান-বাহন আইন উলংঘাকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ উঠিছে আৰক্ষী।

লগতে পঢ়কঃঅসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জিলা ভিত্তিক ঋণ শিবিৰ

শোণিতপুৰ জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত তেজপুৰ মিছন চাৰিআলিত গধুৰ যানবাহন আৰু ব্যক্তিগত যানবাহনৰ চালকক ব্ৰেথ এনালাইজাৰেৰে পৰীক্ষা কৰিলে এলক’হ’লৰ মাত্ৰা।

মদ খাই গাড়ী চলোৱা চালকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,758 other subscribers

Leave a comment

Leave a Reply