তেজপুৰঃ তেজপুৰৰ ই.এম.এম হস্পিতালত উত্তপ্ত পৰিস্থিতি।

ভূল চিকিৎসাৰ বাবে মৃত্যু দুই নৱজাতকৰ।

চিকিৎসকৰ অৱহেলাৰ বাবেই নৱজাতক দুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভুগী পৰিয়ালৰ লোকে।

লগতে পঢ়কঃঅশোক শইকীয়াৰ জামিন মঞ্জুৰ কৰিলে আদালতে

ইতিমধ্যে তেজপুৰ সদৰ আৰক্ষী থানাত চিকিৎসকৰ বিৰুদ্ধে পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply