তেজপুৰঃ কৰোণা সৃষ্ট পৰিবেশৰ মাজতে তেজপুৰৰ মিলনপুৰৰ কদমকলি নাট্য মন্দিৰত মঞ্চস্থ
হ’ল বাস্তৱধৰ্মী , হাঁহি -বিষাদেৰে আৱৰা বিশিষ্ট নাট্যকাৰ ননী মাধৰ্ৱ শৰ্মাৰ মঞ্চ সফল সামাজিক নাটক ‘কুৰুক্ষেত্ৰৰ অৰ্জুন’ ।
তেজপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক কলাগুৰুৰ সুপুত্ৰ পৃথিৰাজ ৰাভাই উদ্ধোধন কৰা নাটখন পৰিচালনা কৰে বিশিষ্ট অভিনেটা কুশল হাজৰিকাই ।
লগতে পঢ়কঃডবকাত নলাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ
৬-৯ বজালৈ নাট নিবেদন কৰিব দিয়া শোণিতপুৰ জিলা প্ৰশাসনক অনুমতি মৰ্মে সন্মিলিত সাংস্কৃতিক গোষ্ঠীয়ে প্ৰয়াত হেমৰাম সুঁতৰ সোৱৰণত মঞ্চস্থ কৰা নাটখনৰ ৰাইজৰ সহযোগিতা যথেষ্ট আছিল ।